Weekly Employment News : 16/07/2021 – 23/07/2021

Weekly Employment News : 16/07/2021 – 23/07/2021

সাপ্তাহিক নিয়োগ বাৰ্তা ১৬ আগষ্ট ২০২১ – ২৩ আগষ্ট ২০২১

১. ৰাষ্ট্ৰীয় শৈক্ষিক ,গবেষণা আৰু প্ৰশিক্ষণ পৰিষদ (NCERT)ৰ অধীনস্থ  কেন্দ্ৰীয় শৈক্ষিক প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ (CIET) ত খালী হৈছে ৬০ টা পদ ।
🔹পদৰ সংখ্যাঃ ৬০ টা
🔹পদৰ নাম কনচাল্টেন্ট, ডিটিপি অপাৰেট আৰু অন্যান্য পদ সমূহ
🔹 আবেদনৰ অন্তিম তাৰিখঃ ৩০ জুলাই ২০২১
🔹 সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক
                              
২. কৃষি বিজ্ঞানী নিয়োগ বৰ্ডত চাকৰি
🔹মুঠ পদৰ সংখ্যাঃ ৬৫ টা
🔹 অৰ্হতাঃ স্নাতক ডিগ্ৰী
🔹 আবেদন অন্তিম তাৰিখঃ ২৩ আগষ্ট ২০২১
🔹 সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

৩. অসম চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগৰ অধীনস্থ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ে  ১ টা কাৰিকৰী পৰামৰ্শদাতা পদৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে ।
🔹পদৰ নামঃ কাৰিকৰী পৰামৰ্শদাতা
🔹 পদৰ সংখ্যাঃ ১টা
🔹বি়.ই./ বি.টেক.
🔹 আবেদনৰ অন্তিম তাৰিখঃ ২৯ জুলাই ২০২১
🔹 সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

৪. পাৱাৰ গ্ৰীড কৰ্পোৰেচন ইন্ডিয়া লিমিটেডত খালী হৈছে  কাৰিকৰী শিক্ষানবিচৰ ১১১০ টা পদ।
🔹পদৰ নামঃ কাৰিকৰী শিক্ষানবিচ
🔹পদৰ সংখ্যাঃ ৪০ টা
🔹আবেদনৰ অন্তিম তাৰিখঃ ২০ আগষ্ট ২০২১
🔹 সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

৫. ইন্ডিয়ান আৰ্মীয়ে টেৰিটৰিয়েল আৰ্মীৰ অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে ।
🔹 অৰ্হতাঃ স্নাতক
🔹বয়সঃ ১৮ ৰ পৰা ৪২ বছৰ
🔹 আবেদনৰ অন্তিম তাৰিখঃ ১৯ আগষ্ট ২০২১
🔹 সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

৬. জিলা আইন সেৱা প্ৰাধিকাৰী ধুবুৰীত খালী হোৱা ১ টা পদ পূৰণৰ বাবে আবেদন বিচাৰিছে
🔹পদৰ নামঃ ফ্ৰন্ট ডেস্ক কো-অৰ্ডিনেটৰ
🔹পদৰ সংখ্যাঃ ১ টা
🔹 শিক্ষাগত অৰ্হতাঃ স্নাতক ডিগ্ৰী
🔹 আবেদনৰ অন্তিম তাৰিখঃ ২৮ জুলাই ২০২১
🔹 সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

৭. জিলা আইন সেৱা প্ৰাধিকাৰী  দঃ শালমাৰা-মানকাচৰত খালী হোৱা ৩ টা পদ পূৰণৰ বাবে মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব
🔹পদৰ নামঃ ফ্ৰন্ট ডেস্ক কো-অৰ্ডিনেটৰ/পিয়ন
🔹পদৰ সংখ্যাঃ ৩ টা
🔹 শিক্ষাগত অৰ্হতাঃ স্নাতক ডিগ্ৰী/অষ্টম শ্ৰেণী পাছ
🔹 মৌখিক সাক্ষাৎকাৰৰ তাৰিখঃ ৬ আগষ্ট ২০২১
🔹 সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

৮. ধুবুৰী জিলাৰ গৌৰীপুৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান বিএন কলেজত খালী হৈছে সহকাৰী অধ্যাপকৰ ৪ টা পদ।
🔹পদৰ নামঃ সহকাৰী অধ্যাপক
🔹 পদৰ সংখ্যাঃ ৪টা
🔹 সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

৯. কৰ্মচাৰী চয়ন আয়োগ চমুকৈ (SSC)য়ে ২৫,২৭১ টা কনিষ্টবল জিডি পদত নিযুক্তৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
🔹পদৰ নাম কনিষ্টবল (জিডি)
🔹 অৰ্হতাঃ মেট্ৰিক পাছ
🔹 আবেদনৰ অন্তিম তাৰিখঃ ৩১ আগষ্ট ২০২১
🔹 সবিশেষ জানিবলৈ ইয়াত ক্লিক

১০. অসম চাহ শ্ৰমিক কৰ্মচাৰী ভবিষ্যতনিধি সংগঠন চমুকৈ (ATEPFO)ত খালী হৈছে ২৫ টা কনিষ্ঠ সহায়কৰ পদ।
🔹পদৰ নামঃ কনিষ্ঠ সহায়ক
🔹 পদৰ সংখ্যাঃ ২৫টা
🔹 অৰ্হতাঃ স্নাতক ডিগ্ৰী
🔹 আবেদনৰ অন্তিম তাৰিখঃ ১৪ আগষ্ট ২০২১
🔹 সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

Leave a comment